জাক্সটামেডুলাৰী নেফ্ৰন কি বা কাক বোলে

 অনুবীক্ষন যন্ত্ৰৰ সহায়ত বৃক্কৰ লম্বচ্ছেদ পৰীক্ষা কৰিলে ইয়াত অতি সুক্ষ্ম চুলিৰ দৰে কুণ্ডলীকৃত অসংখ্য় নলীকা দেখা যায়। এইবোৰক নেফ্ৰন বোলে। বৃক্কত থকা মুঠ নেফ্ৰনৰ 85% কৰ্টেক্সৰ পৰিধিৰ ফালে থাকে এইবোৰক ছুপাৰফিচিয়েল নেফ্ৰন বোলে। বাকী 15% কৰ্টেক্সৰ ভিতৰফালে অৱস্থিত ইহঁতক জাক্সটামেডুলাৰী নেফ্ৰন বোলে।


স্তন্য়পায়ী প্রাণীৰ ৰেচন তন্ত্ৰ