কোষত খাদ্য়বস্তুৰ জাৰণ কিদৰে সংঘটিত হয়?

কোষত খাদ্য়বস্তুৰ জাৰণ প্ৰক্ৰিয়া এক জটিল প্ৰক্ৰিয়া। এই কাৰ্য দুটা স্তৰত সংঘটিত হয়- 1) গ্লাইক´লাইছিছ আৰু 2) ক্ৰেবচক্ৰ

1) গ্লাইক´লাইছিছ- এই প্ৰক্ৰিয়া কোষৰ চাইট´প্লাজমত সম্পন্ন হয়। এই জটিল ৰাষায়নিক প্ৰক্ৰিয়াত চাৰিটা ATP ৰ সৃষ্টি হয় যদিও দুটা ATP খৰচ হয়।

2) ক্ৰেবচক্ৰ- এই প্ৰক্ৰিয়া মাইট´কণ্ডিয়াৰ অন্তঃ প্ৰকোষ্টত সম্পন্ন হয়। যিহেতু অন্তঃ শ্বসন প্ৰক্ৰিয়াত দুটা ATP খৰচ হয় সেয়েহে এই প্ৰক্ৰিয়াক সক্ৰিয় প্ৰক্ৰিয়া বোলে।

স্তন্যপায়ী প্ৰাণীৰ শ্বাসতন্ত্ৰ